খাতি

খাঁটি,খাটি,খাতি,


খাঁটি- প্ৰকৃত, আচল, বিশুদ্ধ।

খাটি- পৰিশ্ৰম। যেনে- খাটিখোৱা লোক।খাতি- কাট্, ছেদন, সৰুকৈ কটা সোণ বা ৰূপৰ পতা।

খাতি- শুভ কাৰ্যৰ বাবে দিন ধাৰ্য কৰা, নিৰ্ধাৰিত দিন।

খাতি- বাঁহৰ সৰু সৰু শলা।
---------------------------------------------------------------------------------

Post a Comment

0 Comments